চিৰাঙত পৃথক বড়োলেণ্ডৰ দাবীত বৃহৎ প্ৰতিবাদী সমদল
চিৰাঙ, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰীঃ পৃথক বড়োলেণ্ড গঠনৰ দাবীত বৃহস্পতিবাৰে চিৰাঙ জিলাৰ কাশীকোত্ৰাৰ পৰা জিলা সদৰ কাজলগাঁৱলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয়। ৰাতিপুৱা ১০ বজাত এবছুৰ লগতে এনডিএফবি (পি), পিজেএছিফবিএমে প্ৰস্থাৱিত বড়োলেণ্ড অতি শীঘ্ৰে গঠন …