কাজিৰঙাত আৰম্ভ হৈছে গঁড়ৰ গণনা
কাজিৰঙা, সংবাদ ৩৬৫, ২৬ মাৰ্চ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰৰ পৰা আৰম্ভ হৈছে গঁড়ৰ গণনা। ৰাষ্ট্ৰীয় উদ্যানখনত ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে হ’ব লগীয়া গঁড়ৰ গণনা উদ্যানখনৰ অন্তৰ্গত ডিফলু নদীৰ দক্ষিণ দিশৰ পৰা আৰম্ভ কৰা হয়। কাজিৰঙাত প্ৰথম দিনাৰ গঁড় গণনা বাবে উদ্যানখনৰ …