যোৰহাট মহিলা বিশ্ববিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা অক্ষুণ্ণ থাকিব
গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মাৰ্চ: বৃহস্পতিবাৰে বিধানসভাৰ পৰা আহিল এক সুখবৰ। যোৰহাটস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনৰ প্ৰকৃত মৰ্যাদা কৰ্তন কৰি মহিলা উচ্চ কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ হয়। ইয়াৰ লগতে …