বিধানসভাৰ মজিয়াত কাগজকলৰ মৃত্যুঘন্টাই কন্দুৱাইছে পৰীস্মিতাক
গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰীঃ বিধানসভাৰ মজিয়াত মঙলবাৰে জাগীৰোডস্থিত নগাঁও কাগজ কলৰ মৃত্যু ঘণ্টাই কন্দুৱালে সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক। বিধান সভাত হোৱা এক অন্তৰংগ আলাপৰ পিছত সন্দিকৈ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ দ্বিতীয় ছাত্ৰী পৰীস্মিতাই বুঢ়াগোহাঁইৰ পিতৃ দুৰ্গা প্ৰসাদ বুঢ়াগোহাঁয়ে ষোল্ল মাহৰ দৰমহা …