বিজেপিৰ পৰিৱৰ্তনে ঢুকি পোৱা নাই ৰাজ্যৰ যাতায়ত ব্যৱস্থা
গোৱালপাৰা পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৪ মাৰ্চ: পৰিৱৰ্তনৰ সপোন দেখুৱাই ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি চৰকাৰখনৰ পৰিৱৰ্তনে ঢুকি পোৱা নাই ৰাজ্যৰ যাতায়ত ব্যৱস্থা। ৰাজ্যৰ পথসমূৰ অৱস্থা দিনক দিনে বিধস্ত হৈ পৰিছে। যাতায়তৰ বাবে অনুপযোগী পথ সমূহ নিৰ্মাণৰ দাবীত ৰাজ্যৰ …