Guwahati : গুৱাহাটীত অনুষ্ঠিত প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় যোগাসন প্ৰতিযোগিতা

গুৱাহাটী, ১০ আগষ্ট, ২০২৪ : যোৱা ১০ আগষ্ট, শনিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলত উলহ-মালহেৰে প্ৰথম সদৌ অসম আন্তঃবিদ্যালয় যোগাসন (Yoga) প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই অগ্ৰণী অনুষ্ঠানটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যোগপ্ৰেমীসকলক একত্ৰিত কৰাৰ লগতে যুৱ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ যোগ দক্ষতা …

Football : ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত লাজং এফ চিৰ জয়লাভ

শ্বিলং, ১০ আগষ্ট, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ আজি শ্বিলংত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ মেচত শ্বিলং লাজং এফ চিয়ে ২-০ গলত পৰাস্ত কৰে ৰংদাজিদ ইউনাইটেড এফ চিক৷ দলৰ হৈ গল কৰে ৰনি উইলছন …

Cricket : অসম ক্ৰিকেট সন্থাৰ খেলুৱৈৰ ডিজিটেল পঞ্জীয়ন পৰ্টেল মুকলি

গুৱাহাটী, ১০ আগষ্ট, ২০২৪ : অসম ক্ৰিকেট সন্থাই (Assam Cricket Association) অঞ্চলটোৰ ক্ৰিকেট প্ৰশাসনলৈ সংস্কাৰ আনিব পৰাৰ পথত, এক অগ্ৰণী পদক্ষেপ হিচাপে প্লেয়াৰ্ছ ডিজিটেল ৰেজিষ্ট্ৰেচন পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছে। এই উদ্ভাৱনীমূলক মঞ্চই জিলা আৰু ক্লাবসমূহক …

Football : ডুৰাণ্ড কাপ ফুটবলত নৰ্থ ইষ্ট ইউনাইটেডৰ দ্বিতীয় জয়

নিউজ ডেস্ক, ৯ আগষ্ট, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে (North East United FC) চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নিজৰ দ্বিতীয়খন গ্ৰুপ মেচতো জয়লাভ কৰিছে৷ ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগিতাৰ আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত …

Guwahati : গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বি এ আই চি প্ৰদৰ্শনী উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণৰ

গুৱাহাটী, ৯ আগষ্ট, ২০২৪ : শুকুৰবাৰে (৯ আগষ্ট) অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ আৰু শ্ৰমিক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণে উত্তৰ-পূব ভাৰতৰ ভৱন, স্থাপত্য, অভ্যন্তৰীণ ডিজাইন আৰু নিৰ্মাণৰ সৰ্ববৃহৎ সমাবেশ-বি এ আই চি (BAIC) প্ৰদৰ্শনী উদ্বোধন কৰে। ৯ আগষ্টৰ …

Kaziranga : কাজিৰঙাৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণৰ দিয়াৰ দাবী আপৰ

গুৱাহাটী, ৯ আগষ্ট, ২০২৪ : কাজিৰঙাৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণৰ দিয়াৰ দাবী আপৰ (Aap)।পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত উচ্ছেদ কৰা হৈছিল আদিবাসী চাহ জনগোষ্ঠীৰ লোকক। আটছা কৰ্মীৰ ওপৰত চলোৱা আৰক্ষীৰ নিৰ্যাতনৰ তদন্তৰ দাবী। বাগিচা অঞ্চলত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠীৰ লোকক মাটিৰ …

Man-Elephant Conflict : বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এগৰাকী যুৱতীৰ

বাক্সা, ৮ আগষ্ট, ২০২৪ : ৰাজ্যত পুনৰ সংঘটিত হৈছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। এইবাৰ বনৰীয়া হাতীৰ (Wild Elephant) আক্ৰমণত নিহত এগৰাকী যুৱতী। পাগলাদিয়া নৈৰ সুতি গা ধুবলৈ যোৱা যুৱতী গৰাকীক আক্ৰমণ কৰে এটা দাতাল হাতীয়ে। যুৱতী গৰাকীক চিকিৎসালয়লৈ …

Football : ডুৰাণ্ড কাপ অসম ৰাইফলছৰ বিৰুদ্ধে ইণ্ডিয়ান আৰ্মিৰ জয়লাভ

নিউজ ডেস্ক ৭ আগষ্ট, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত ইণ্ডিয়ান আৰ্মিৰ ফুটবল দলে ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে আছাম ৰাইফলছ দলক৷ জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত …

Smart City : স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী, ৭ আগষ্ট, ২০২৪ : গুৱাহাটীত কৃত্ৰিম বানত (Artificial Flood) গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰী পৰিষদে এচি ৰুমত বহি দলীয় পৰ্যালোচনা …

Artificial Flood : মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

গুৱাহাটী, ৬ আগষ্ট, ২০২৪ : মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ (Aap) প্ৰতিবাদ। মুখ্যমন্ত্ৰী, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ পদত্যাগ দাবী আপৰ নেতাৰ। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে মঙলবাৰে আম আদমি পাৰ্টীৰ বহুসংখ্যক নেতা, কৰ্মীয়ে …