Assam Diwas : অসম দিৱসত কেইৰ্ণ-ফিজিহাৰ ৱেবিনাৰত সত্ৰৰ ঐতিহ্য আৰু বহনক্ষম উন্নয়নৰ আলোচনা
গুৱাহাটী, ৩ ডিচেম্বৰ, ২০২৪ : অসম দিৱস উপলক্ষে অনুষ্ঠিত এখনি অনলাইন আলোচনাচক্ৰত ৰাজ্যৰ কেইবাগৰাকী গৱেষক, বিশেষজ্ঞই “অসমৰ আৰ্থ সামাজিক অৱস্থাৰ উত্তৰনৰ বাবে নতুন প্ৰজন্মই আধ্যাত্মিক আৰু সাংস্কৃতিক দিশ সমূহ হৃদয়ংগম কৰি অঞ্চলৰ প্ৰাকৃতিক আৱদান সমূহৰ সৎ ব্যৱহাৰ কৰি কৰ্মৰে স্বাৱলম্বী …