ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখি বমানী বিলত মাছ মৰা পৰ্ব
ডিমৰীয়া, ১৩ জানুৱাৰীঃ ডিমৰীয়াৰ ডেকা গাভৰুৱে বিহুগীত, তিৱা লোকগীত গাই নামিল বমানী বিলত মাছ মাৰিব। ৰজাদিনীয়া পৰম্পৰা অক্ষুন্ন ৰাখি বমানী বিলত ডিমৰীয়াবাসীয়ে মাৰিলে মাছ। মহানগৰীৰ সমীপৱৰ্তী ডিমৰীয়াৰ বমানী বিলত শনিবাৰে পুৱাৰ ভাগত কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰিলে সমূহীয়া মাছ মৰা …