দ্ৰুতবেগী এল্টোৰ খুন্দাত শিশু নিহত
ছয়গাঁও, সংবাদ ৩৬৫, ২৮ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ কান্দুলীমাৰীত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুর্ঘটনাটোত এখন দ্ৰুতবেগী এল্টো গাড়ীৰ খুন্দাত এটি শিশু নিহত হয়। নিহত শিশুটি সোণতলীৰ শেলেসুঁতি গাঁৱৰ ছাইদুৰ ৰহমানৰ পাচঁ বছৰীয়া কন্যা স্বাহিনা পাৰবিন বুলি চিনাক্ত …