NF Railway : গুৱাহাটীৰ পৰা দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ চলাচল
নিউজ ডেস্ক, ২০ এপ্ৰিল, ২০২৪ : গ্ৰীষ্মকালৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে গুৱাহাটীৰ পৰা দুখন বিশেষ ৰে’ল (Special Train) চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এখন বিশেষ ৰে’ল গুৱাহাটী আৰু উৰিষ্যাৰ সম্বলপুৰৰ মাজত চলাচল কৰিব আৰু আনখন …