Guwahati : গুৱাহাটীৰ ছয়মাইলত নতুন বিপণি মুকলি ৰিলায়েন্স ডিজিটেলৰ
গুৱাহাটী, ২৯ নৱেম্বৰ, ২০২৪ : গ্ৰাহকক এক উন্নত বজাৰ অভিজ্ঞতা প্ৰদানৰ লক্ষ্যৰে গুৱাহাটীৰ ছয়মাইলস্থিত উৎসৱ টাৱাৰ বিল্ডিঙত নতুন বিপণি মুকলি কৰিলে ৰিলায়েন্স ডিজিটেলে (Realince Digital)। ১১,৮৫২ বৰ্গফুটত বিস্তৃত এই টেক্ গন্তব্যস্থানে সৰ্বোত্তম মূল্যত শেহতীয়া ইলেক্ট্ৰনিক সামগ্ৰীৰ বহল পৰিসৰ আগবঢ়াব গ্ৰাহকক। …