Sony Mobile : ছʼনী মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ
গুৱাহাটী, ১ আগষ্ট, ২০২৪ : গ্ৰাহকক (Consumer) উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগে এক নিৰ্দেশ যোগে ছʼনী মোবাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে। উল্লেখ্য যে, নিনা বৈৰাগী নামৰ এগৰাকী গ্ৰাহকে ২০১৫ চনৰ …