Bodo Film : গোৱাত পৰিচালক কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ৰ প্ৰিমিয়াৰ
গুৱাহাটী, ২৭ নৱেম্বৰ, ২০২৪ : শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো বিনানাও’ (মাই থ্ৰী চিষ্টাৰ্ছ) প্ৰদৰ্শিত হয়। ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NDFC)ৰ দ্বাৰা প্ৰযোজিত ‘বিবো বিনানাও’ৰ জৰিয়তে উপস্থাপন …