নগাঁৱত অবৈধ কাঠ মিল জব্দ
নগাঁও, ২৭ ডিচেম্বৰ: নগাঁও জিলাৰ সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বৰদোৱাৰ কদমনিত বন বিভাগে আজি এক অভিযান চলায়। জানিব পৰা মতে নগাঁও বন সংমণ্ডল বিষয়া শুভাশীষ দাসৰ নিৰ্দেশত এ চি এফ বিষয়া সুভাষ কদম আৰু খণ্ড বন বিষয়া প্ৰভাত …