Jal Board : চলিত বছৰৰ ভিতৰত গুৱাহাটীৰ ১,২৫,০০০ পৰিয়ালক পানী যোগান ধৰিব গুৱাহাটী জল বৰ্ডে
গুৱাহাটী, ২৩ জুলাই, ২০২৪ : চলিত বছৰৰ ভিতৰতে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ (Guwahati City) ১,২৫,০০০ টাৰো অধিক পৰিয়ালক পানী যোগান ধৰিবলৈ সক্ষম হ’ব। অহা ছেপ্তেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহত পৰ্যায়ক্ৰমে মহানগৰীৰ ১৫০০০, ২৭০০০ আৰু ৩৫০০০ টা নতুন পৰিয়ালক পানী যোগান …