Tennis : আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছত ল’ৰা-ছোৱালীৰ খিতাপৰ যুঁজত ভাৰত বনাম আমেৰিকা
গুৱাহাটী, ২২ নৱেম্বৰ, ২০২৪ : শীৰ্ষ বাচনিৰ ভাৰতৰ সেহাজ সিং পাৱাৰক ৬-৩, ৭-৫ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি আমেৰিকাৰ ইজিয়ান আহমেদে গুৱাহাটীত চলি থকা আই টি এফ (ITF) জুনিয়ৰ (জে-৬০) আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ তৃতীয় …