দক্ষিণ কামৰূপৰ সোণতলীত পুনৰ বাল্য বিবাহ
সোণতলী, ২২ ডিচেম্বৰঃ বাল্য বিবাহ বৰ্তমান ৰাজ্যখনত এক সামাজিক ব্যাধি হিচাবে পৰিগনিত হৈছে আৰু সংখ্যালঘু প্ৰধান অঞ্চলসমূহত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে বাল্য বিবাহৰ দৰে জঘন্য ঘটনা ৷ বিশেষকৈ কামৰূপ জিলাৰ সোণতলীত ক্ৰমান্নয়ে ভয়াৱহ হাৰত বৃদ্ধি পাবলৈ ধৰিছে বাল্য বিবাহ৷ …