মিছ চিনড্ৰেলা নৰ্থ – ইষ্ট ফেশ্বন শ্ব’ত লাকুৱাৰ চাইনা ৰাজকুমাৰী
নিউজ ডেস্ক, ২৪ ডিচেম্বৰ: মৰাণ পাব্লিক হলত অলপতে হোৱা সদৌ অসম ষ্টুডেণ্ট কালচাৰেল এছ’চিয়েছন উদ্যোগত মিছ চিনড্ৰেলা নৰ্থ – ইষ্ট ফেশ্বন শ্ব’ত লাকুৱাৰ চাইনা ৰাজকুমাৰীয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি সমগ্র লাকুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। প্ৰতিযোগিতাত চাইনাক এটা ট্ৰফী, শ্লেচ …