ৰঙিয়াৰ চেপ্তিত পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ
ৰঙিয়া, ২০ ডিচেম্বৰঃ বুধবাৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত গৰিয়া যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰাত কেইবা শতাধিক যান বাহন ৰাষ্ট্ৰীয় পথৰ ওপৰত আৱদ্ধ হৈ পৰে। ৰঙিয়াৰ পুজ্ঞলয়ড কোম্পানী আৰু ৰাষ্টায় ঘাইপথ কৰ্তৃপক্ষৰ …