অৰুণাভ ফুকনক বিচাৰি সেনা আৰক্ষীৰ তীব্ৰ অভিযান
মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা, ১৬ ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ জাগুনত ৯ মাইলৰ ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক শুক্ৰবাৰে জয়ৰামপুৰ খান্দু গাঁৱৰ পৰা এটা ৫ জনীয়া সন্দেহজনক আলফা(স্বা)ৰ দলে অপহৰণ কৰাৰ ঘটনাই সমগ্ৰহ তিনিচুকীয়া জিলাত চাঞ্চল্য সৃষ্টি কৰাৰ পিছত শুকুৰবাৰৰ নিশাৰে পৰা …