যোৰহাটত আনন্দৰাম বৰুৱা বঁটা প্ৰদান
যোৰহাট, ২১ অক্টোবৰঃ যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত যোৰহাট আৰু শিৱসাগৰ জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰ ছাত্ৰীক চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত ভাষণ দি অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ …