নগাঁৱত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে

নগাঁও, ২৪ নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানত অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত৷ বিশেষকৈ চোৰাং কাঠ বেপাৰীৰ লগতে এচাম অসাধু চক্ৰই পাহাৰৰ মূল্যবান গছ-গছনি কাটি তহিলং কৰাৰ ফলত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীয়ে কৃষকৰ …

লাচিত দিৱসৰ দিনাই শিৱসাগৰত প্ৰতিবাদী সমদল

শিৱসাগৰ, ২৪ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰে অতি সংগোপনে কৰা নগাচুক্তি ৰাজহুৱা কৰাৰ লগতে সময়মতে এন আৰ চি প্ৰকাশৰ আৰু অবৈধ বিদেশী নাগৰিকক অসমৰ পৰা বাহিৰ কৰাৰ দাবীৰে শিৱসাগৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদী সমদলে এক উত্তাল কৰি তুলে। আছে হেংদাং লোৱা নাই ললে …

সাংবাদিক হত্যাৰ প্ৰতিবাদ আৰু সাংবাদিক সুৰক্ষা আইন প্ৰৱৰ্তনৰ দাবীত দিশপুৰ জনতা ভৱনৰ সন্মুখত ‘জা’ ৰ ধৰ্ণা

গুৱাহাটী, ২৪ নৱেম্বৰঃ দেশৰ বিভিন্ন প্রান্তত যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাবে সাংবাদিকৰ ওপৰত আক্রমন আৰু হত্যাৰ ঘটনা সংঘটিত হােৱাৰ প্ৰতিবাদত আজি নেচনেল ইউনিয়ন অব জানেলিষ্ট ইণ্ডিয়া’(এন ইউ জে আই) আৰু ‘জার্নেলিষ্ট এছ’চিয়েছন অব আছাম’(জা)ৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যেগত সাংবাদিক সকলে …

যোৰাবাটত শিশু শ্ৰমিকৰ কৰুণ মৃত্যু

যোৰাবাট, ২৪ নৱেম্বৰঃ  ৰাজ্যত বিভিন্ন সময়ত চাইল্ড লাইনে শিশু শ্ৰমিক উদ্ধাৰ কৰা ঘটনা দেখিবলৈ পোৱা যায় যদিও নিজৰ আৰু পৰিয়ালৰ পোহপালৰ বাবে এতিয়াও বহু শিশু বিভিন্ন ঠাইত শ্ৰমিকৰ জীৱন হিচাপে যাপন কৰিবলৈ বাধ্য হৈ আছে। দৰিদ্ৰতা বাবে দেশৰ লগতে ৰাজ্যখনত …

দক্ষিণ কামৰূপৰ আমৰতলত ভয়াৱহ পথ দুৰ্ঘটনা

মিৰ্জা, ২৪ নৱেম্বৰঃ  দক্ষিণ কামৰূপৰ বঙৰা আমৰতলত শুক্ৰবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা হয়। ট্ৰেভেলাৰ আৰু অল্ট গাড়ীৰ মুখামুখী সংঘৰ্ষৰ ফলত শিশুসহ ৮ জনকৈ লোক গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয়। এএছ-০১-ইচি-০৭০৫ নম্বৰৰ ট্ৰেভেলাৰখনে এএছ-০১-বিজেদ-৫৬৬৭ নম্বৰৰ অল্ট গাড়ীখনক খুন্দা মৰাত গাড়ীখনত থকা শিশুসহ ৫ জনকৈ …

‘টীম হিউমিনিটী’ৰ ৰক্তদান শিবিৰ আৰু সজাগতা সভা

গুৱাহাটী, ২৩ নৱেম্বৰ: মানুহে মানুহৰ বাবে, যদিহে অকনো নাভাবে………ভূপেন দাৰ এই কালজয়ী গীতৰ উৎকৃষ্ট নিদৰ্শন দাঙি দেখুৱালে ‘টিম হিউমিনিটি’ নামৰ এটা ফেচবুক গ্ৰুপে। অসমৰ বিভিন্ন প্ৰান্তৰ লোকে সন্নিবিষ্ট হৈ থকা এই গ্ৰুপটোৱে বৰ্তমানলৈকে বহু ৰোগীক তেজ প্ৰদান কৰি জীৱন দান …

ৰঙিয়াত উদ্ধাৰ ঢেকিয়াজুলীৰ কিশোৰী

ৰঙিয়া, ২৩ নৱেম্বৰঃ ৰঙিয়াৰ ৰাজহুৱা বাছ অৱস্থানত স্থানীয় ৰাইজে আজি উদ্ধাৰ কৰে এগৰাকী কিশোৰীক। বাছ অৱস্থানত কিশোৰী গৰাকী কান্দি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে কিশোৰী গৰাকীৰ কাষ চাপি জানিব পাৰে যে কিশোৰী গৰাকীৰ ঘৰ ঢেকীয়াজুলিৰ কীয়াজুলিত। কীয়াজুলী থানাৰ সমীপৰ প্ৰয়াত …

ডিগবৈত সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ

ডিগবৈ, ২৩ নৱেম্বৰ: ডিগবৈত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই প্ৰতিবাদ । তিনিদিনৰ পূৰ্বে শ্ৰী কৃষ্ণ চাহ বাগিচা পৰিচালক উমেশ ত্যাগীক অপহৰণৰ চেষ্টা আৰু বাগিচা কলঘৰ বন্ধ কৰাৰ ভাবুকি প্ৰদানৰ বাবে অসম চাহ মজদুৰ সংঘ মাৰ্ঘেৰিটা শাখা …

সীমা সমস্যা সমাধান কৰাৰ দাবীত দীঘলী পুখুৰী পাৰত ঐক্য সেনা অসমৰ অৱস্থান ধৰ্মঘট

গুৱাহাটী, ২৩ নৱেম্বৰ: অসমৰ ভূ-খণ্ড সুৰক্ষিত কৰি ৰখাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ আৰু এন এছ চি এম (আই এম)ৰ মাজত নাগালিম সম্পৰ্কত হোৱা নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰি ৰাজ্যখনত শান্তি আৰু সুস্থিৰতা অক্ষত ৰাখিবলৈ ঐক্য সেনা অসমে গুৱাহাটী মহানগৰ সিমিতৰ উদ্যোগত আজি …

লাউডোবাত জল সংকট – বিশুদ্ধ খোৱা পানীৰ দাবীত পুৰুষ মহিলাৰ প্ৰতিবাদ

লাউডোবা, ২৩ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ নগৰবেৰাৰ সীমান্তৱৰ্তী গোৱালপাৰাৰ লাউডোবা অঞ্চলত জল সংকটক ভুগিছে হাজাৰ হাজাৰ ৰাইজ। দুবছৰ ধৰি চৰকাৰী পানী যোগান আঁচনি বন্ধ হৈ থকাৰ ফলত গাঁওবাসীয়ে খাল, বিল আৰু কুঁৱাৰ লেতেৰা পানীৰে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হৈছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই …