যোৰহাটত এন আৰ চিৰ সন্দৰ্ভত অৱস্থান ধৰ্মঘট, ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ
৩১ ডিচেম্বৰ ২০১৭ ৰ ভিতৰত এন আৰ চি (NRC) ৰ খচৰা প্ৰকাশ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি, আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। বিদেশী …