North East Games : তৃতীয় উত্তৰ পূব ক্ৰীড়াত অসমৰ সৰ্বাধিক পদক
গুৱাহাটী, ২৪ মাৰ্চ, ২০২৪ : তৃতীয় উত্তৰ-পূব ক্ৰীড়াত যুৱ খেলুৱৈৰে গঠিত অসম দলৰ (Assam Team) চমকপ্ৰদ সফলতাৰ বাবে অসম অলিম্পিক সন্থাই সকলো খেলুৱৈ আৰু বিষয়াক শুভেচ্চা জনাইছে৷ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে এইবাৰৰ উত্তৰ পূব ক্ৰীড়াত যিসকল …