Road Accident : ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
গৌৰীপুৰ, ১৩ নৱেম্বৰ, ২০২৪ : বুধবাৰে পুৱাই নামনি অসমত সংঘটিত হোৱা দুটা পৃথক পৃথক পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হয়। ধুবুৰী জিলাৰ গৌৰীপুৰত (Gauripur) এখন মালবাহী ট্ৰাক অৰু যাত্ৰীবাহী বাছৰ মাজত হোৱা সংঘৰ্ষত এজন লোক থিতাতে নিহিত হোৱাৰ লগতে …