Maligaon : মালিগাঁওস্থিত ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱীকৰণ
গুৱাহাটী, ২১ জানুৱাৰী, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত থকা শিক্ষানুষ্ঠানসমূহক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰি মালিগাঁওস্থিত ৰে’লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ (School) বিস্তৃত উন্নয়ন কাম হাতত লোৱা হৈছে। এই উন্নয়নৰ অংশ হিচাপে দুটা নতুন শ্ৰেণীকোঠা নিৰ্মাণ, নতুন খেলপথাৰ বিকাশ, …