Assam Flood : ৰাজ্যৰ বান পতিস্থিতি উন্নত হৈছে যদিও কৃত্ৰিম বানত ককবকাইছে ডিব্ৰুগড় চহৰবাসী
গুৱাহাটী, ২৯ জুন, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ৫ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত (Five District Under Flood Water)। কামৰূপ, কৰিমগঞ্জ, কাছাৰ, বৰপেটা, আৰু ধেমাজিত এতিয়াও বানৰ তাণ্ডৱলীলা অব্যাহত আছে। …