Drugs : দুখন বলেৰ বাহনৰ পৰা জব্দ ৮ কেজি ০৫৮ গ্ৰাম হেৰ’ইন
নিউজ ডেস্ক, ২৭ নৱেম্বৰ, ২০২৪ : উত্তৰ পূবৰ ৰাজ্য সমূহেৰে অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। অসমকে ধৰি উত্তৰ পূবৰ অন্যান্য ৰাজ্য সমূহত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী সকলে উত্তৰ পূবৰ মাজেৰে দেশৰ অন্যান্য প্ৰান্তলৈ চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। …