Assam Flood : ৰাজ্যৰ ১২ খন জিলাৰ ২ লাখতকৈও অধিক লোক এতিয়াও বানৰ কবলত
গুৱাহাটী, ২৩ জুন, ২০২৪ : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ বানৰ কবলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। ৰাজ্যৰ ১২ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নী পানীৰ তলত (Twelve District Under Flood Water)। বৰপেটা, কামৰূপ, বজালী, গোৱালপাৰা, নগাঁও, হোজাই, ওদালগুৰি, কৰিমগঞ্জ, দৰং, নলবাৰী, কামৰূপ মহানগৰ …