Football : উৰিষ্যাৰ বিৰুদ্ধে নৰ্থ ইষ্ট ইউনাইটেডৰ জয়
নিউজ ডেস্ক, ৩ নৱেম্বৰ, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ (North East United FC) বিদেশী তাৰকা আলাউদ্দিন আজাৰায়ে ইণ্ডিয়ান ছুপাৰ লীগৰ এটা ছিজনৰ প্ৰথম সাতখন মেচত গ’ল কৰি নতুন অভিলেখ গঢ়িছে৷ চলিত একাদশ আই এছ এলৰ আজি গুৱাহাটীৰ সৰুসজাই …