বিদেশী ন্যায়াধীকৰণ আদালতে ভাৰতীয় নাগৰিক স্বীকৃতি দিয়াৰ পিছত পুনৰ অনুপ্ৰৱেশকাৰীৰ জাননী ফজৰ আলীলৈ
ছয়গাওঁ, ৪ অক্টোবৰঃ বিদেশী ন্যায়াধীকৰণ আদালতৰ পৰা ভাৰতীয় নাগৰিক তথা অসমৰ প্ৰকৃত খিলঞ্জীয়া বুলি স্বীকৃতি লাভ কৰাৰ পিছত পুনৰ সন্দেহযুক্ত নাগৰিকৰ অপবাদ লাভ কৰি মানসিক যন্ত্ৰণা ভূগিছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ফজৰ আলীয়ে৷ তিনিদিন পূৰ্বে অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা বিষয়া আজমল হকক সন্দেহযুক্ত …