পুনৰ আন্দোলনৰ হুংকাৰ অন্না হাজাৰেৰ
অনলাইন ডেস্ক সংবাদ ৩৬৫, ২ অক্টোবৰঃ পুনৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়নৰ হুংকাৰ দিছে অন্না হাজাৰেয়ে৷ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে প্ৰবীণ গান্ধীবাদী নেতা অন্না হাজাৰেয়ে ৰাজঘাটত শ্ৰদ্ধাঞ্জলী জনাই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জন সত্যাগ্ৰহ আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়নৰ হুংকাৰ …