গুৱাহাটীত অবৈধ কাঠভৰ্তি ট্ৰাক জব্দ
গুৱাহাটী, ২৬ ছেপ্টেম্বৰঃ বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই গুৱাহাটীত এখন অবৈধ চেগুনভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য মতে, নাগালেণ্ডৰ নামতোলাৰ পৰা গোৱালপাৰাৰ কৃষ্ণাই অভিমুখে যোৱাৰ সময়ত বন বিভাগৰ বিশেষ সুৰক্ষা বাহিনীয়ে ট্ৰাকখন জব্দ কৰে। বৰ্তমান ট্ৰাকখন ৰাণী বনাঞ্চলিক কাৰ্যালয়ত …