Environment Day : নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ সপ্তাহযোৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচী সফল সামৰণি
গুৱাহাটী, ১০ জুন, ২০২৪ : “আমাৰ ভৱিষ্যত আমাৰ ভূমি, পুনৰুদ্ধাৰৰ প্ৰজন্ম আমি” মূলমন্ত্ৰলৈ সমগ্ৰ বিশ্বতে ৫ জুন তাৰিখে উদযাপিত হোৱা পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সপ্তাহযোৰা কাৰ্যসূচীৰে মহানগৰৰ চচলস্থিত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ে (Nandi Mikir School) পৰিৱেশ দিৱস উদযাপন কৰে৷ …