Assam Flood : ৰাজ্যৰ ২৭ খন জিলাৰ ১৪ লাখতকৈও অধিক লোক বাঢ়নী পানীৰ তলত
গুৱাহাটী, ১১ জুলাই, ২০২৪ : অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বান কবলত পৰিছে ৰাজ্য। ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত। ৰাজ্যৰ ২৭ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল ডুব গৈছে বাঢ়নী পানীৰ তলত (Twenty Seven …