আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
সংবাদ ৩৬৫ ডেস্ক, ৬ আগষ্টঃ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণ আৰু পৃথক কমতাপুৰ পুনৰ গঠনৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া অসম বন্ধৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ নামনি অসমকে ধৰি বিভিন্ন ঠাইত বন্ধৰ সমৰ্থকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে …