মুকালমুৱাত গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
মুকালমুৱা, ২৯ আগষ্টঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু মুছলিম কল্যাণ পৰিষদে মুকালমুৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত সংগঠন দুটাৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে লাফিকুল হত্যাৰ …