ৰঙিয়াত দুই ইৰাণী গ্ৰুপৰ সদস্য আটক
ৰঙিয়া, ৪ আগষ্টঃ ৰঙিয়াত পুনৰ ইৰাণী গ্ৰুপৰ সন্ত্ৰাস। বান্দৰ কেঁকোৱা দি মহিলাৰ ধন লুট কৰিবলৈ লওঁতে গণ ৰোষত পৰিল দুই চোৰ। প্ৰাপ্ত তথ্য মতে, এছবিআইৰ ৰঙিয়া শাখাত এগৰাকী মহিলাই টকা উলিয়াই যাব খোজোতেই পূৰ্বৰ পৰাই খাপপিটি থকা দুই দুৰ্বৃত্তই মহিলা …