IPL : মহানগৰীৰ চিটি চেণ্টাৰ মল আৰু নেহৰু ষ্টেডিয়ামত গুৱাহাটীৰ আই পি এল মেচৰ টিকট কেন্দ্ৰ মুকলি
গুৱাহাটী, ১ মে’, ২০২৪ : অহা জুনত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’বলগা টি-২০ বিশ্বকাপ (T-20 World Cup) ক্ৰিকেটৰ ভাৰতীয় দলত ৰাজস্থান ৰয়েলছৰ চাৰিগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে৷ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনৰ লগতে অপেনাৰ যশস্বী জয়ছোৱাল, স্পীনাৰ যুজবেন্দ্ৰ চাহাল আৰু …