Special Train : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ২৩৮ টা ট্ৰিপৰ বিশেষ ৰে’লৰ পৰিচালন
নিউজ ডেস্ক, ৮ অক্টোবৰ, ২০২৪ : আগন্তুক উৎসৱৰ বতৰত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰত্যাশাৰে, উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) ১৩ যোৰ অৰ্থাত ২৬ খন বিশেষ ৰে’লৰ পৰিচালনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে। এই ৰে’লসমূহে ১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৪ …