BJP : বিজেপি নেতা অসীম দাসৰ গ্ৰেপ্তাৰে উদঙাইছে চৰকাৰৰ দুৰ্নীতি : আপ
গুৱাহাটী, ২৫ ছেপ্টেম্বৰ, ২০২৪ : “ভুৱা ৱৰ্ক অৰ্ডাৰৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠন কৰা বিজেপি নেতা অসীম দাসৰ গ্ৰেপ্তাৰৰ ঘটনাই ৰাজ্যৰ বিজেপিনেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ স্বৰূপ উদঙাই দিছে। জনতা ভৱনৰ উপৰি মন্ত্ৰী সঞ্জয় কিষাণৰ কাৰ্যালয় অথবা কনফাৰেঞ্চ হলত বহি ভুৱা ৱৰ্ক …