বৰহাটত বৃদ্ধ নিৰুদ্দেশ
বৰহাট, ২০ জুনঃ চৰাইদেউৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত লাকিলী গাঁৱৰ নিবাসী ভূপেন ৰাভা (৮৫) বছৰীয়া এগৰাকী বৃদ্ধ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়াল সূত্ৰে জানিব পৰা মতে ১৯ জুনৰ পুৱা ৭ বজাত ভূপেন …