অনলাইনেৰে সংযোজন গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ লাভৰ প্ৰক্ৰিয়া

গুৱাহাটী, ১৮ জুনঃ  ৰাজ্যৰ পৰিবহণ বিভাগে গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থাক অনলাইন ব্যৱস্থাৰে সংযোজন কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছে৷ এই আঁচনিৰ অধীনত গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ বাবে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব পাৰিব৷ পৰিবহণ বিভাগৰ সূত্ৰই সদৰি …

মাজুলীত উজলা যোজনা মুকলি মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৮ জুনঃ গ্রামাঞ্চলত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্রহণ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ উজলা যোজনাই দৰিদ্ৰ মহিলাক ৰন্ধন গেছৰ সুবিধা বিনামূলীয়াকৈ লাভ কৰাৰ ব্যৱস্থা কৰি সমাজৰ পিছপৰা শ্রেণীক আগুৱাই নিবলৈ …

আজিৰ নিয়োগ বাৰ্তা

তেজপুৰ মহাবিদ্যালত Professor, Associate Professorৰ ২৭টা, Research Associate, Field Assistantৰ ৪টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ২৩ জুন সবিশেষ যোগাযোগঃ  www.tezu.ernet   অসম বিশ্ববিদ্যালয়ত গেষ্ট ফেকাল্টিৰ ৫টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ৪ জুলাই সবিশেষ যোগাযোগঃ  www.asu.ac.in   ডিব্ৰুগড় বিশ্ববিদ্যালয়ত …

মাজুলীৰ বিভিন্ন তথ্য থকা এনড্রাইড মোবাইল এপ’ মুকলি মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৭ জুনঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ সত্ৰীয়া সংস্কৃতি মিচিং জনগোষ্ঠীয় সংস্কৃতি, হােটেল, পর্যটন আৱাসস্থলী পর্যটকৰ বাবে পৰিবহণ সেৱা ইত্যাদিকে ধৰি মাজুলীৰ বিভিন্ন তথ্য সামৰি এটা এনড্রাইড মোবাইল এপ’ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ উপস্থিতিত আনুষ্ঠানিকভাবে …

এপ’ল’ হাস্পাতালে গুৱাহাটীত মুকলি কৰিলে ইয়াৰ ৭০ তম হাস্পাতাল

গুৱাহাটী, ১৭ জুনঃ ভাৰতৰ আগশাৰীৰ চিকিৎসা সেৱা প্রদানকাৰী প্রতিষ্ঠান এপ’ল’ হাস্পাতাল গ্রুপে গুৱাহাটীত প্ৰথমখন পূর্ণাঙ্গ মাল্টি স্পেচিয়েলিটি হাস্পাতাল মুকলি কৰে। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানতমন্ত্রী ড০ শৰ্মাৰ লগতে ডিব্ৰুগড়ৰ …

গৰমত মেকআপঃ মধুমিতা শইকীয়া

গৰমৰ দিন আহিলে মুখত ক্ৰীম অকণো লগাব মন নাযায়৷ তাতে মেকআপ লগাব কোনে বিচাৰিব৷ গৰমৰ দিনত বহুত জন্মদিনৰ পাৰ্টী, অফিছ পাৰ্টী থাকে৷ পাৰ্টীত অলপ সাজি-কাছি নগ’লে ভালো নালাগে৷ কিন্তু মুখত কিবা লগালে প্ৰথমে ঘাম ওলাই আৰু তাৰ পিছত মুখখন ৰঙা …

প্ৰৱঞ্চক আটক

বাইহাটা চাৰিআলি, ১৭ জুনঃ চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মুচলিম ঘোপাৰ অন্তৰ্গত মজনুৰ আলি নামৰ এজন প্ৰৱঞ্চকক গুৱাহাটীত আটক কৰা হয়৷ মজনুৰ আলীয়ে কমলপুৰৰ ধীৰাজ শইকীয়াৰ পৰা কামৰ ঠিকা যোগানৰ নামত ২০০৯ চনত ১.৫ লাখ টকা ঘোচ লৈছিল৷ কিন্তু ধীৰাজ শইকীয়াৰ …

জাগীৰোডত তিৱা স্বায়ত্ব শাসিত পৰিষদত ব্যাপক কেলেংকাৰী

জাগীৰোড, ১৭ জুনঃ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নামত সংঘটিত হৈছে ব্যাপক লুন্ঠন৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই বিভিন্ন ভূৱা নিৰ্মাণ সমিতি গঠন কৰি কোটি কোটি টকাৰ ব্যাপক লুন্ঠন চলাইছে৷ এই অভিযোগ পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নাদিৰাম দেউৰীৰ৷ এক সংবাদমেলৰ …

সোণাপুৰৰ ৰাজপথত আয়াৰলেণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ বাটৰ নাট

সোণাপুৰ, ১৭ জুনঃ বিশ্ব শান্তিৰ বাণী প্ৰচাৰৰ উদ্দেশ্যে সূদূৰ আয়াৰলেণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে সোণাপুৰৰ ৰাজপথত বাটৰ নাট প্ৰদৰ্শন কৰে৷ সাত-সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা আয়াৰলেণ্ড বিশ্ববিদ্যালয়ৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডনবস্ক বিশ্ববিদ্যালয়ৰ উদ্যোগত সোণাপুৰৰ সাপ্তাহিক বজাৰত ৰাজ্যৰ বিভিন্ন জলন্ত সমস্যাক লৈ বাটৰ নাট …

গছ-বাঁহ-তাঁৰ টানি গৰাখহনীয়া ৰোধৰ চেষ্টা লেচাকোনাবাসীৰ

ৰঙিয়া, ১৭ জুনঃ ৰঙিয়া মহকুমাৰ সোঁমাজেৰে প্ৰবাহিত পুঠিমাৰী নদীৰ প্ৰৱল গৰাখহনীয়াত আতংকিত হৈ পৰিছে লেচাকোনাৰ স্থানীয় ৰাইজ। ফেনে-ফোটোকাৰে ওফন্দি ৰুদ্ৰমূৰ্তি ধাৰণ কৰা পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে লেচাকোনাৰ বাসিন্দাৰ জীৱন আৰু সম্পতিলৈ ভাবুকি কঢ়িয়াই আনিছে। জলসম্পদ বিভাগ আৰু জনপ্ৰতিনিধিয়ে কোনোধৰণৰ গুৰুত্ব …