সৰভোগত অজগৰ উদ্ধাৰ

বৰপেটা, ২১ জুনঃ বৰপেটাৰ সৰভোগ থানাৰ অন্তৰ্গত চোমাৰখাটত এডাল অজগৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুহৰি যোৱাকালি নিশা প্ৰায় ৯.৩০ বজাত চোমাৰখাটৰ স্থানীয় লোকে অজগৰ ডাল প্ৰত্যক্ষ কৰে৷ গাঁৱবাসীয়ে লগে লগে সৰভোগৰ স্বেচ্ছাসেৱী সংস্থা ৰিদমক …

ডিজিটেল গাঁও হিচাবে ৰঙিয়াৰ চাপনীয়াক গ্ৰহণ

ৰঙিয়া, ২১ জুনঃ নামনি অসমৰ প্ৰথমখন ডিজিটেল গাঁও হিচাবে ৰঙিয়াৰ চাপনীয়া গাঁৱক গ্ৰহণ কৰা হৈছে। এই বাৰ্তা লাভ কৰাৰ লগে লগে  আনন্দিত হৈ পৰিছে স্থানীয় লোক। এই উপলক্ষে ২২ জুনত চাপনীয়াৰ তৰুণ সংঘৰ বাকৰিত এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ কাৰ্যসূচীত …

শক্তিপীঠত বাবাৰ যোগ দিৱস

গুৱাহাটী, ২১ জুনঃ আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ ভাৰতবর্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোক যোগ দিৱস হিচাপে পালন কৰা হয়। অসমতো ধুবুৰীৰ পৰা শদিয়ালৈ বিভিন্ন স্থানত যোগ দিৱস পালন কৰা দেখা গ’ল। ৰাতিপুৱাৰ পৰাই হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিলে …

চাহ বাগিছাৰ জনসাধাৰণৰ বাবে ভ্ৰাম্যমান চিকিৎসা গোট উদ্বোধন

গুৱাহাটী, ২০ জুনঃ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাদাই ৰাজ্যখনৰ চাহবাগিছাত বসবাস কৰা জনসাধাৰণৰ বাবে আজি চাহ বাগিছাৰ ভ্ৰাম্যমান চিকিৎসা গোট আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত সভাত ভাষণ দি কেন্দ্রীয় মন্ত্রী গৰাকীয়ে …

জিলা প্ৰশাসনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন

গুৱাহাটী, ২০ জুনঃ তৃতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ২১ জুনত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত যোগভ্যাসৰ আয়োজন কৰা হৈছে।ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, ভাৰতীয় প্ৰাকৃতিক চিকিৎসা আৰু যোগ সংস্থা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী …

পালেংবাৰীত আমছুৰ ৪২ কৃৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

মানিকপুৰ, ২০ জুনঃ চিৰাঙৰ পালেংবাৰী হাইস্কুলত আমছুৰ মোনাকোষা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰধান শিক্ষক আবু বক্কৰ ছিদ্দিকৰ পৌৰাহিত্যত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷ অনুষ্ঠানত পালেংবাৰী হাইস্কুল, মিলনজ্যোতি হাইস্কুল আৰু ভাংনামাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু …

বৰহাটত গড়কাপ্টানি বিভাগৰ মৰণফাণ্ড

বৰহাট, ২০জুনঃ চৰাইদেউৰ সোণাৰি সমষ্টিৰ সাপেখাতী উন্নয়ন খণ্ডৰ বৰুৱাচালি মৌজাৰ অন্তৰ্গত বৰহাট-বৰুৱানগৰ সংযোগী ৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰুপশ্ৰী গড়কাপ্টানি পথত টিমন নদীৰ ওপৰত অৱস্থিত আৰচিচি দলং খনৰ আলি সংযোগী অংশত এটা প্ৰকাণ্ড দ গাঁতৰ সৃষ্টি হোৱাত দূৰ্ঘটনাৰ আশংকাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ …

অম্বুবাচী মেলালৈ ব্যাপক প্ৰস্তুতিঃ পৰিবেশ সুৰক্ষাৰ লক্ষ্যৰে ৫০০ বাঁহৰ ডাষ্টবিন স্থাপন

গুৱাহাটী, ২০জুনঃ শক্তিপীঠ কামাখ্যা মন্দিৰত অহা ২২ জুনৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত হ’বলগীয়া মহা অম্বুবাচী মেলাৰ উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি সৰ্ম্পূণ কৰি তুলিছে৷ অম্বুবাচী মেলাখন যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ কাৰণে কামৰূপ জিলা প্ৰশাসন, মহানগৰ আৰক্ষী, পৰ্যটন, স্বাস্থ্য, …

মুকালমুৱাত পত্নীক জীৱন্তে জ্বলোৱাৰ চেষ্টা

মুকালমুৱা, ২০ জুনঃ এগৰাকী বিবাহিত চলোৱা কাৰ্য্যই সমগ্ৰ মুকালমুৱাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বালিকুচি গাওঁৰ নচিব আলীৰ পত্নী তথা ৩ বছৰীয়া কন্যাৰ মাতৃক স্বামীয়ে নিজ গৃহতে গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল৷ মহিলাগৰাকীয়ে অভিযোগ কৰা …

বিধায়কৰ নিদেৰ্শক বৃদ্ধাগুষ্ঠ জিলা প্ৰশাসনৰ

গুৱাহাটী, ২০জুনঃ সততে শিক্ষাৰ অধিকাৰ আইনৰ কথা কোৱা আৰু ১৪ বছৰ বয়সলৈ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা চৰকাৰী ঘোষনাৰ মাজতে খোদ গুৱাহাটী মহানগৰীৰ ১ নং ৱাৰ্ডৰ খানামুখ প্ৰাথমিক বিদ্যালয়খন  ধুমুহাত প্ৰায় ৯০ শতাংশ বিধ্বস্ত হোৱাত পাঠদান কাৰ্য ব্যাহত হৈ পৰিছে৷ যোৱা …