নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ জানুৱাৰী : শনিবাৰে দাখিল কৰা হ’ল মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বিত্তীয় বাজেট।

বাজেটত বহু কেইটা দিশত গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে বাজেট।

এইবাৰৰ বাজেটত অনুসূচিত জাতি, অনুসূচিত জনগোষ্ঠী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আছে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা ।

এছ চি আৰু অবিচিৰ কল্যানৰ বাবে এইবাৰ বাজেটত ধাৰ্য কৰা হৈছে ৮৫ হাজাৰ কোটি টকা । অনুসূচীত জনজাতিৰ বাবে ধার্য কৰা হৈছে ৫৩,৭০০ কোটি টকা।