গুৱাহাটী, সংবাদ ৩৬৫, ১৯ ডিচেম্বৰ : “কা”ৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচীৰ ঘোষণা আছুৰ। ২১ ডিচেম্বৰত ৰাজ্যৰ প্ৰত্যেক নাৰী শক্তিক লৈ অৱস্থান ধর্মঘট কাৰ্যসূচীৰ আয়োজন আছুৰ।

২৩ ডিচেম্বৰত নাগৰিকসকলক লৈ আছুৰ অৱস্থান ধর্মঘট কাৰ্যসূচী।

২৪ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ গাঁৱে গাঁৱে বিক্ষোভ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ।

গাঁৱে গাঁৱে আছুৱে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰাৰ লগতে বিভিন্ন স্থানত আয়োজন কৰিব প্ৰতিবাদী সভা।