গুৱাহাটী, সংবাদ ৩৬৫, ১৯ ডিচেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তলৈ সাহিত্য অকাডেমী বঁটা প্ৰদান। ‘চাণক্য’ গ্ৰন্থখনৰ বাবে জয়শ্ৰী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা।

উল্লেখ কৰিব পাৰি যে জয়শ্ৰী গোস্বামীয়ে ২০১৮ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল ।

সাহিত্য একাডেমী বটা লাভ কৰাৰ পাছতেই বঁটাটোত লাভ কৰিবলগীয়া ধন নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱাসকলৰ নামত উচৰ্গা কৰিব বুলি ঘোষণা কৰে।