শীৰ্ষত টিহুৰ পাৰ্থ প্ৰতীম ভূঞা

সংবাদ ৩৬৫ ডেস্ক, ৩১ মেঃ আজি ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ ৪৭.৯৪ শতাংশ পৰীক্ষাৰ্থীয়েহে উৰ্ত্তীণ হ’বলৈ সক্ষম হয়৷ উল্লেখ্য যে, এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৩,৭২,৬৪০ গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীণ হয় আৰু ১,৭৮,৬,৫৬জন উৰ্ত্তীণ হয়৷ ইয়াৰে ৫৪,৯৫৫ জনে প্ৰথম বিভাগ, ৮০,১৭৯ জন দ্বিতীয় বিভাগ আৰু ৪৩,৫২২ জনে তৃতীয় বিভাগ লাভ কৰে৷ প্ৰথম দহটা স্থানত ২৯ গৰাকী শিক্ষাৰ্থীয়ে স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়৷ টিহু জাতীয় বিদ্যালয়ৰ পাৰ্থ প্ৰতীম ভূঞাই ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰে৷ আনহাতে জিলাসমূহৰ ভিতৰত ৬৫.৮৬ শতাংশ উৰ্ত্তীণৰ হাৰেৰে শীৰ্ষত আছে নলবাৰী জিলা৷

 

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০১৭ত শীৰ্ষ দহটা স্থানপ্ৰাপ্ত সকল

১ম স্থানঃ পাৰ্থপ্ৰতিম ভূঞা, মুঠ নম্বৰ – ৫৮৯
জাতীয় বিদ্যালয়, টিহু, নলবাৰী

২য় স্থানঃ তন্ময়ী হাজৰিকা, মুঠ নম্বৰ – ৫৮৮
বি ভি এফ চি মডেল হাইস্কুল, নামৰূপ, ডিব্ৰুগড়
ৰাজন্য কাশ্যপ গগৈ, মুঠ নম্বৰ – ৫৮৮
ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়
নুৰুল হক আলী, মুঠ নম্বৰ – ৫৮৮
ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মুকালমুৱা, নলবাৰী

৩য় স্থানঃ ভাৰ্গৱপ্ৰতিম বৰা, মুঠ নম্বৰ – ৫৮৭
পিচলা নেশ্যনেল একাডেমী, জৰাবাৰী, লখিমপুৰ

৪ৰ্থ স্থানঃ চয়ন মজুমদাৰ, মুঠ নম্বৰ – ৫৮৬
ডনবস্ক’ হাইস্কুল, তেজপুৰ

৫ম স্থানঃ হিয়া পৰশা ভূঞা, মুঠ নম্বৰ – ৫৮৫
অসম কেশৰী জাতীয় বিদ্যালয়, বৰপেটা
হৃত্বিক শ্বুটাৰ, মুঠ নম্বৰ – ৫৮৫
প’ল ষ্টাৰ একাডেমী, শোণিতপুৰ

৬ম স্থানঃজাহনাজ তৌছিফা আহমেদ, মুঠ নম্বৰ – ৫৮৪
মানান হাইস্কুল, বৰপেটা
সপ্তদ্বীপ সাহা, মুঠ নম্বৰ – ৫৮৪
মঙলদৈ ডনবস্ক’ হাইস্কুল, দৰং
নিহা প্ৰিয়দৰ্শনী, মুঠ নম্বৰ – ৫৮৪
লিটল ফ্লাৱাৰ এইচ এছ স্কুল, ডিব্ৰুগড়

৭ম স্থানঃ জ্যোতিস্মিতা কলিতা, মুঠ নম্বৰ – ৫৮৩
আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা
নিকুমণি দেৱী, মুঠ নম্বৰ – ৫৮৩
বাপুজী হাইস্কুল, বঙাইগাঁও

৮ম স্থানঃ মিৰাজ আল মামুন, মুঠ নম্বৰ – ৫৮২
লিটল ষ্টাৰ ইংলিছ একাডেমী, ধুবুৰী

৯ম স্থানঃ চিন্ময়জ্যোতি নেওগ, মুঠ নম্বৰ – ৫৮১
মণ্টফৰ্ট হাইস্কুল, চাবুৱা, ডিব্ৰুগড়
অয়ন দীপ শইকীয়া, মুঠ নম্বৰ – ৫৮১
বি ভি এফ চি হাইস্কুল, নামৰূপ, ডিব্ৰুগড়
অংশুমান দত্ত, মুঠ নম্বৰ – ৫৮১
ডনবস্ক’ হাইস্কুল, যোৰহাট
অয়ন কৌশিক মহন্ত, মুঠ নম্বৰ – ৫৮১
জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ, লখিমপুৰ
পলক আলামপুৰীয়া, মুঠ নম্বৰ – ৫৮১
খ্ৰীষ্ট জ্যোতি স্কুল, নগাঁও
ঋষিকেশ গগৈ, মুঠ নম্বৰ – ৫৮১
হলী নেম স্কুল, শিৱসাগৰ
অৰুণাভ শইকীয়া, মুঠ নম্বৰ – ৫৮১
ছেণ্ট পিটাৰ্ছ স্কুল, নাজিৰা, শিৱসাগৰ

১০ম স্থানঃ হিমাংগিনী দাস, মুঠ নম্বৰ – ৫৮০
ছেণ্ট টেৰেছা ইংলিছ হাইস্কুল, বৰপেটা
বিবুংছাৰ বসুমতাৰী, মুঠ নম্বৰ – ৫৮০
বৰপেটাৰোড বড়ো হাইস্কুল, বৰপেটা
কৌস্তভ কিশোৰ কলিতা, মুঠ নম্বৰ – ৫৮০
শংকৰদেৱ শিশু নিকেতন, বুঢ়া, দৰং
হৃদি প্ৰিয়ম শৰ্মা, মুঠ নম্বৰ – ৫৮০
কেন্দ্ৰীয় জাতীয় বিদ্যালয়, দৰং
ৰিয়া হাজৰিকা, মুঠ নম্বৰ – ৫৮০
ছল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়
প্ৰিয়ংকা শইকীয়া, মুঠ নম্বৰ – ৫৮০
ডনবস্ক’ হাইস্কুল, যোৰহাট
ৰূপসিতা গগৈ, মুঠ নম্বৰ – ৫৮০
ডনবস্ক’ হাইস্কুল, যোৰহাট
ৰিপুঞ্জয় শৰ্মা, মুঠ নম্বৰ – ৫৮০
আছাম একাডেমী, নলবাৰী