Jewellery Exhibition : তাজ ভিভান্তাত জে কে জে জুৱেলাৰ্ছৰ পাল্কী গহনা প্রদর্শনী

In ৰাজ্য
Umra Package

গুৱাহাটী : গুৱাহাটীৰ তাজ ভিভান্তাত বুধবাৰে জে কে জে জুবালাৰ্ছে আয়োজন কৰিছে এদিনীয়াকৈ পাল্কী গহনা প্রদর্শনী (Jewelry Exhibition)। দেশৰ অন্যতম তথা অতিকৈ জনপ্রিয় গহনা ব্ৰেণ্ড জয়পুৰৰ জে কে জে জুৱেলাৰ্ছে গুৱাহাটীত এয়া প্রথমবাৰৰ বাবে আয়োজন কৰিছে পাল্কী গহনা প্রদর্শনী।

উক্ত প্রদর্শনীত জে কে জে জুবেলাৰ্ছৰ এক্সক্লুচিভ আৰু অত্যাধুনিক ডিজাইনেৰে নিৰ্মিত গহনাসমূহ প্রদর্শন কৰা হ’ব। এই সন্দৰ্ভত জে কে জে জুৱেলাৰ্ছৰ যতীন মঙ্গুনে কয় যে জে কে জে জুৱালাৰ্ছ ১৮৬৮ চনত প্ৰতিষ্ঠা লাভ কৰা এক বিশ্বাসযোগ্য গহনা ব্ৰেণ্ড। জয়পুৰত আছে জে কে জে জুৱেলাৰ্ছৰ তিনিটাকৈ শ্ব’কম। জয়পুৰৰ এম আই বোড, মানস ৰবৰ আৰু বিদ্যাধৰ নগৰত অৱস্থিত জে কে জে জুৱালাৰ্ছত দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে নিজৰ প্ৰচণ্ডৰ গহনা ক্ৰয় কৰে।

তেওঁ লগতে কয় যে এইবাৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হীৰা আৰু পাল্কী গহনা প্ৰদৰ্শন কৰা হ’ব। আমি বিশ্বাস কৰো যে প্ৰতিগৰাকী কইনাই আমাৰ জে কে জে জুৱেলাৰ্ছৰ গহনা পিন্ধাৰ পিছত নিজকে এগৰাকী চেলিব্রেটী হিচাপে অনুভৱ কৰে। সত্যনাৰায়ণ মছুনে জে কে জে জুৱেলাৰ্ছ প্রতিষ্ঠা কৰিছিল। আজি জে কে জে জুরেলাছক নেতৃত্ব প্রদান কৰিছে তেওঁৰ ভাতৃ শ্যামসুন্দৰ প্রমোদ, শহীদ পুখৰাজ, সুনীল, অনিল, ছেতনে। গুৱাহাটীবাসীক জে কে জে জুৱেলাৰ্ছৰ প্ৰদৰ্শনী চাবলৈ আহ্বান জনায়।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu