কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিংৰ আয়োজন

In ৰাজ্য

কোকৰাঝাৰ, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : সোমবাৰৰ পৰা বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ বাওখু্গ্ৰীৰ দাংদুফুৰত পৃথিৱীৰ ১০ খন দেশৰ ৬৮ গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰথমখন বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছে।

ছিংগাপুৰ, চীন, ইণ্ডোনেছীয়া, জাপান, থাইলেণ্ড, নেপাল , মালেয়ছিয়া, হংকং, টাইৱান, মঙ্গোলিয়া আদি দেশৰ পৰা মুঠ ৬৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৭ গৰাকী মহিলা প্ৰতিযোগীও আছে ।

আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং আনুষ্ঠানিকভাৱে সমাজ কল্যাণমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই প্ৰতিযোগিতাখনিৰ সামৰণি পৰিব ১৪ নৱেম্বৰত।

উক্ত প্ৰতিযোগীখনিৰ বঁটাত থাকিব নগদ দুই লাখ টকা আৰু প্ৰশস্তি পত্ৰ।

শুভাৰম্ভণি অনুষ্ঠানটোত বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী উপস্থিত থাকি কয় যে পেৰাগ্লাইডিং প্ৰতিযোগিতাখন বিটিচিৰ পৰ্যটনক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈয়ে আয়োজন কৰা হৈছে।

Comments

comments

You may also read!

গুৱাহাটী নিৰ্মাণ হ’ব গুৱাহাটীৰ দীঘল উৰণীয়া সেঁতু

গুৱাহাটী, সংবাদ ৩৬৫, ৮ ডিচেম্বৰ : দিশপুৰৰ পৰা খানাপাৰা অভিমুখী আৰু ছুপাৰ মাৰ্কেটৰ পৰা লাষ্টগে’ট অভিমুখী জি এছ ৰোডৰ

Read More...

মেহেৰজাদ পেটেলৰ ‘দ্য ডেভিল ৱেৰছ বাটা’ নাটেৰে জীপাল ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ মঞ্চ

গুৱাহাটী, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : শনিবাৰে মুম্বাইৰ বিশিষ্ট নাট পৰিচালক মেহেৰজাদ পেটেলৰ ৰচনা পৰিচালনাৰে মঞ্চস্থ হোৱা দ্য ডেভিল

Read More...

অসমৰ স্বাধীন কৰিবলৈ কেব লাগে বুলি প্ৰতিবাদ এ বি ভি পিৰ : প্ৰতিবাদকাৰীক ভাড়া কৰি আনিছে নেকি এ বি ভি পিয়ে

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : সমগ্ৰ উত্তৰ-পূব কেব বিৰোধী আন্দোলনেৰে উত্তাল হৈ থকাৰ সময়তে শনিবাৰে

Read More...

Mobile Sliding Menu